id
stringlengths 1
5
| input
stringlengths 23
780
| target
stringlengths 21
203
| url
stringlengths 28
1.06k
|
|---|---|---|---|
501
|
ডিজিটেল ডেস্কঃ গৰ্ভজাত সন্তানৰ হত্যাৰ অভিযোগত বন্দীশালত দিন কটোৱা ইন্দ্ৰাণী মুখাৰ্জীৰ হাতত আছে জেইল কৰ্তৃপক্ষই কয়দীৰ ওপৰত চলোৱা যৌন আতিশায্যৰ প্ৰমাণ।
|
কয়দীক যৌন নিৰ্যাতনঃ ইন্দ্ৰানীৰ হাত প্ৰমাণ
|
https://www.newsnextone.com/print/3224
|
502
|
নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত সমগ্ৰ অসমৰ লগতে যোৰহাট জিলাৰ টীয়কৰ বিভিন্ন অঞ্চল প্ৰতিবাদমুখৰ হৈ পৰিছে।
|
বাতিলৰ দাবীত অসম প্ৰেমী যুৱ ছাত্ৰ সমাজৰ টীয়কত অৰ্থনৈতিক অৱৰোধ
|
https://assam.nenow.in/economic-blockage-in-tiyak-against-cab/
|
503
|
ওদালগুৰিঃ কাইলৈৰ পৰা ৰাজ্যৰ ১৭ খন জিলাক সামৰি আৰম্ভ হ'ব ২০১৮ বৰ্ষৰ প্ৰথম পৰ্যায়ৰ গুণোৎসৱ।
|
ওদালগুৰিৰ ১৩৫০ খন প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচী
|
https://www.newsnextone.com/print/16173
|
504
|
নতুন দিল্লীঃ পাঁচ ঘণ্টা ধৰি হোৱা বিতৰ্ক আৰু কংগ্ৰেছ- এ আই এ ডি এম কেৰ ৱাকআউটৰ মাজতে বৃহস্পতিবাৰে তিনি তালাকৰ সংশোধনী বিধেয়ক লোকসভাত গৃহীত হয়।
|
লোকসভাত গৃহীত তৎকালীন তিনি তালাক বিধেয়ক
|
https://www.newsnextone.com/tin-talaq-passed-ls
|
505
|
হয়৷ বৃহস্পতিবাৰে কৱৰস্থানত অৰ্ধগলিত মৃতদেহটো খৰি বিছাৰি যোৱা লোকে প্ৰত্যক্ষ কৰে৷ তাৰ পিছতে আৰক্ষীক খবৰ দিয়ে ৰাইজে৷ আৰক্ষীয়ে শুকুৰবাৰে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা কৰাৰ ব্যৱস্থা কৰে৷ মৃতদেহটো বাদলাপাৰা চাহ বাগিচাৰ খুটি লাইনৰ নিকদিম বাৰা (৫২) বুলি চিনাক্ত কৰা হৈছে।
|
কৱৰস্থানত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
|
https://www.newsnextone.com/dead-recocvered-at-dimakuchi
|
506
|
নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰৰ সীমান্তৱৰ্তী ৩ কি.মি. জোৰা এলেকা এটাত তিনি মাহৰ বাবে জাৰি কৰা হৈছে সান্ধ্য আইন।
|
নাগালেণ্ডৰ মন জিলাৰ ম্যানমাৰ সীমান্তৱৰ্তী এলেকাত তিনি মাহৰ বাবে জাৰি নৈশ সান্ধ্য আইন
|
https://assam.nenow.in/%e0%a6%a8%e0%a6%be%e0%a6%97%e0%a6%be%e0%a6%b2%e0%a7%87%e0%a6%a3%e0%a7%8d%e0%a6%a1%e0%a7%b0-%e0%a6%ae%e0%a6%a8-%e0%a6%9c%e0%a6%bf%e0%a6%b2%e0%a6%be%e0%a7%b0-%e0%a6%ae%e0%a7%8d%e0%a6%af%e0%a6%be/
|
507
|
অৱশেষত টে'ট উত্তীৰ্ণ ১১ হেজাৰ ঠিকাভিত্তিক শিক্ষক সকললৈ আহিল এটা সুখবৰ।
|
অহা ১১ মাহলৈ ঠিকাভিত্তিক টে'ট শিক্ষকৰ চাকৰিৰ ম্যাদ বৃদ্ধি
|
https://assam.nenow.in/%e0%a6%85%e0%a6%b9%e0%a6%be-%e0%a7%a7%e0%a7%a7-%e0%a6%ae%e0%a6%be%e0%a6%b9%e0%a6%b2%e0%a7%88-%e0%a6%a0%e0%a6%bf%e0%a6%95%e0%a6%be%e0%a6%ad%e0%a6%bf%e0%a6%a4%e0%a7%8d%e0%a6%a4%e0%a6%bf%e0%a6%95/
|
508
|
সোণাৰিৰ পৰা ঘন বৰাৰ প্রতিবেদন : মেডিয়া মেনেজমেণ্ট এণ্ড ৰিচাৰ্চ এছোচিয়েচনৰ উদ্যোগত সোণাৰিত মঙ্গলবাৰে শিক্ষা বিষয়ক এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰি আওপকীয়াকৈ উপ নিৰ্বাচনৰ প্ৰাৰ্থীত্ব প্ৰয়াসী দয়ানন্দ বৰগোহাই চলালে নিৰ্বাচনী কুচকাৱাজ।
|
সোণাৰিত আলোচনা চক্ৰত অংশগ্ৰহণৰ চলেৰে উপ নিৰ্বাচনৰ কুচকাৱাজ চলালে প্ৰাৰ্থীত্ব প্ৰয়াসী দয়ানন্দ বৰগোহাইয়ে
|
https://www.newsasn.com/node/7423
|
509
|
ডিজিটেল ডেস্কঃ দেশৰ বিভিন্ন প্ৰান্তত শিশুৰ ওপৰত যৌন নিৰ্যাতন অব্যাহত আছে।
|
কেৰেলাত শিশু গৃহৰ অসহায় নাবালিকাক ধৰ্ষণ, আটক শিশু গৃহৰ সঞ্চালক
|
https://www.newsnextone.com/minor-rape-kerela
|
510
|
প্ৰতিকী ফটো চতিয়াঃ এফালে হাতী-মানুহৰ সংঘাত আৰু আনফালে বনৰীয়া হাতীৰ কৰুণ মৃত্যুৰ বাতৰি৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ কেইবাটাও বনৰীয়া হাতীৰ কৰুণ মৃত্যু ঘটিছে৷ আজি পুনৰ কাতি বিহুৰ দিনটোতেই জামুগুৰিহাটত সংঘটিত হ'ল এক কৰুণ ঘটনা৷ জামুগুৰিহাটৰ পাঁচিগাঁৱৰ ৰঘূদলনি পথাৰৰ মাজত স্থানীয় ৰাইজে এটা মৃত হাতী প্ৰত্যক্ষ কৰি বনবিভাগৰ লোকক খবৰ দিয়ে।
|
জামুগুৰিহাটত পুনৰ হাতীৰ কৰুণ মৃত্যু
|
https://www.newsnextone.com/elephant-dead-jamugurihat
|
511
|
ডিজিটেল ডেস্কঃ প্ৰকৃতিয়ে ধাৰণ কৰিছে ৰুদ্ৰমূৰ্তি।
|
সলনি হৈছে বতৰ! ৪৮ ডিগ্ৰীলৈ উঠিছে পাৰা
|
https://www.newsnextone.com/bihar-storm-killed-many-people
|
512
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 মৰিগাঁৱৰ পৰা জিতুমানি নাথৰ প্রতিবেদন : ৰাজ্যখনৰ অন্যান্য জিলাৰ লগতে মৰিগাঁও জিলাৰ মৰিগাঁও অসামৰিক চিকিৎসালয়তো আজি আৰম্ভ কৰা হয় বৃক্ক ৰোগীসকলৰ বিনামূলীয়া ডায়েলাইচিচ সেৱা।
|
মৰিগাঁও অসামৰিক চিকিৎসালয়ত প্ৰধানমন্ত্ৰীৰ বিনামূলীয়া ডায়েলাইচিচ আঁচনি উদ্বোধন মন্ত্ৰী পীয়ুয হাজৰিকাৰ
|
https://www.newsasn.com/index.php/node/7694
|
513
|
ডিজিটেল ডেস্কঃ দেশত এটাৰ পিছত এটাকৈ ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ পৰিপ্ৰেক্ষিতত নাৰীৰ সুৰক্ষা আৰু নিৰাপত্তাৰ ওপৰত প্ৰশ্নৰ উদয় হোৱাৰ সময়তে পুনৰাই পোহৰলৈ আহিছে আন এক এনে নৃশংস ঘটনা।
|
চলন্ত গাড়ীতে উত্তৰ-পূৱৰ যুৱতীক ধৰ্ষণ
|
https://www.newsnextone.com/print/1745
|
514
|
জ এ.এছ.এন. প্ৰতিনিধি 25 / 2018 সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদে বুধবাৰে বিয়লি গুৱাহাটী প্ৰেছ ক্লাবত এখন সাংবাদমেলৰ আয়োজন কৰে।
|
সদৌ অসম জাতীয় শ্বহীদ পৰিয়াল সমন্বয়ৰক্ষী পৰিষদৰ সংবাদমেল
|
https://www.newsasn.com/index.php/node/384
|
515
|
অৰুণাচল প্ৰদেশত বাস কৰা মৰাণ আৰু দেউৰী লোকসকলক চৰকাৰে স্থায়ী বাসিন্দাৰ প্ৰমাণ-পত্ৰ দিয়াক লৈ জ্বলিছে চুবুৰীয়া ৰাজ্যখন।
|
অৰুণাচলত হিংসাত্মক প্ৰতিবাদ
|
https://www.newsnextone.com/arunachal-violent-protest/#comments
|
516
|
টীয়কঃ ভাৰতীয় ষ্টেট বেংকৰ টীয়ক শাখাৰ হস্পিতাল তিনি আলিত অৱস্থিত সংঘটিত এক কাৰ্ড চুৰিৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
|
টীয়কত ATM কাৰ্ড চুৰি কৰি নি ধন আত্মসাৎ, নিজৰ অসাৱধানতাৰ বলী হৈছে গ্ৰাহক
|
https://www.newsnextone.com/atm-card-blackmail-tiyok/#comments
|
517
|
ডিজিটেল ডেস্কঃ ১১ আগষ্টত পাকিস্তানৰ প্ৰধানমন্ত্ৰী হিচাপে শপত লব প্ৰাক্তন ক্ৰিকেটাৰ তথা পিটিআই দলৰ মুৰব্বী ইমৰাণ খানে।
|
কপিল দেৱ, সুনীল গাভষ্কাৰ, নৱজ্যোৎ সিদ্ধু, অভিনেতা আমিৰ যাব ইমৰাণ খানৰ শপত গ্ৰহণ অনুষ্ঠানলৈ
|
https://www.newsnextone.com/PM-Designate-Imran-Khan-oath-ceremony-/#comments
|
518
|
ওদালগুৰিঃ হৰিশিঙা অঞ্চলৰ সৰবৰাহী ব্যক্তি অৱসৰপ্ৰাপ্ত শিক্ষক ষ্টিফেন দৈমাৰীৰ আদ্যশ্ৰাদ্ধ উপলক্ষে এখন সোঁবৰনী সভা অনুষ্ঠিত কৰি তেখেতৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত এক মনোজ্ঞ আলোকপাত কৰা হয়।
|
হৰিশিঙাত শিক্ষক ষ্টিফেন দৈমাৰীৰ সোঁৱৰণী সভা
|
https://www.newsnextone.com/harihinga-stifen-teacher
|
519
|
কোকৰাঝাৰঃ বিটিএডি এলেকাত হ'কে-বিহ'কে বন্ধ অাহ্বানক তীব্ৰ গৰিহণা জনাইছে নিখিল বড়ো ছাত্ৰ সন্থা চমুকৈ এবছুৱে।
|
২৮ মাৰ্চৰ বিটিএডি বন্ধ পালন নকৰিবলৈ আহ্বান এবছুৰ
|
https://www.newsnextone.com/absu-against-28march-btad-bandh/#comments
|
520
|
গুৱাহাটীঃ ঝাৰখণ্ডত মাওবাদীৰে সংঘর্ষত প্ৰাণ হেৰুওৱা গহপুৰৰ কাউৰী পথাৰৰস্থিত বীৰ শ্বহীদ নিৰজ ছেত্ৰী ঘৰত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
|
বীৰজোৱানৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ লগতে উপস্থিত হ'ল দুই মন্ত্ৰী
|
https://www.newsnextone.com/veer-jawan-niraj-house-three-minister/#comments
|
521
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 শিৱসাগৰঃ ২৭ এপ্ৰিলঃ কলিয়াবৰ আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত কালি ভয়ংকৰ পথ দুৰ্ঘটনা মৃত্যু হোৱা শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক সুমিত কুমাৰ গাৰোডিয়া আৰু পত্নী নন্দিনী গাৰোডিয়াৰ মৃতদেহ আজি পুৱা কর্মভূমি শিৱসাগৰলৈ অনা হয়৷ শিৱসাগৰ চহৰৰ আশীৰ্বাদ ভৱনত আজি এক শোকাকুল পৰিৱেশত দুই মৃতকৰ নশ্বৰ দেহত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে শেষ শ্রদ্ধা জনায়।
|
শিৱসাগৰত ডাঃ গৰোডিয়াৰ নশ্বৰ দেহত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ শ্ৰদ্ধাঞ্জলি
|
https://www.newsasn.com/index.php/node/6449
|
522
|
কমলপুৰ/বাইহাটা চাৰিআলিঃ কামৰূপ জিলাৰ ৰঙিয়া মহকুমা আৰক্ষীয়ে আজি বিশ্বনাথৰ পৰা অপহৃত এখন ট্ৰাক উদ্ধাৰ কৰিবলৈ সমৰ্থ হয়।
|
বাইহাটাত উদ্ধাৰ চাহপাত ভৰ্তি বিশ্বনাথৰ অপহৃত ট্ৰাক
|
https://www.newsnextone.com/print/3358
|
523
|
মৰিয়নীঃ গণ অধিকাৰ সংগ্ৰাম সমিতিয়ে আজি অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ মৰিয়নীৰ নাগাজাংকাস্থিত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ মৰিয়নী সমষ্টিৰ দিচৈ চাহ বাগিছাত যোৱা ১৫ বছৰে ১১১গৰাকী উপভোক্তাক ক্লাষ্টাৰ মিটাৰৰ জৰিয়তে তিনিমাহৰ মূৰকত তিনি লাখ টকা বিল প্ৰেৰণ কৰাত ক্ষোভিত হৈ পৰে শ্ৰমিকসকল।
|
মৰিয়নীত বিদ্যুৎ পৰিষদৰ কাৰ্যালয় ঘেৰাও
|
https://www.newsnextone.com/protest-against-aseb-mariyani/#comments
|
524
|
শিৱসাগৰঃ শিৱসাগৰৰ পৰা প্ৰকাশ পাব দ্বি-মাসিক আলোচনী 'ৰদালিৰ ছাঁ'।
|
শিৱসাগৰৰ পৰা প্ৰকাশ পাব 'ৰদালিৰ ছাঁ
|
https://www.newsnextone.com/sivsagar-social-media-friend-held-meeting/#comments
|
525
|
ডিজিটেল ডেস্কঃ কাশ্মীৰৰ কাথুৱাৰ পৰা আৰম্ভ কৰি উত্তৰ প্ৰদেশৰ উন্নাওলৈ যি গণধৰ্ষণৰ কাণ্ড, সেই লৈ দেশত কি নাৰী, কি শিশু, সকলোৰে সুৰক্ষা আৰু নিৰাপত্তাক লৈ শংকাত ডুব যোৱা জনতাই ৰাজপথলৈ আহি গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিছে।
|
তাইক সপোনত দেখিছিলো, তাই ন্যায়ৰ বাবে অপেক্ষা কৰি আছে
|
https://www.newsnextone.com/kathuwa-mother-demands-capital-punshment-of-the-rappists-india
|
526
|
নলবাৰীঃ ৰাজ্য চৰকাৰে কৃষকৰ বিশেষ বঁটা প্ৰদান কৰা নলবাৰীৰ আদৰ্শ খেতিয়ক নলবাৰী জিলাৰ পাগলদিয়া নদীৰ পলসুৱা ভূমিত ৫০০ বিঘা মাটি সামৰি গঢ় লৈ উঠা শংকৰ দেৱ জৈৱিক কূষি ফাৰ্ম দেওবাৰে নলবাৰী জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে পৰিদৰ্শন কৰে৷ ফাৰ্ম খনৰ অভাৱ-অভিযোগৰ বিষয়ে বুজ লয় উপায়ুক্তগৰাকীয়ে।
|
নলবাৰীৰ শংকৰ দেৱ জৈৱিক কৃষি ফাৰ্মত উপায়ুক্ত
|
https://www.newsnextone.com/dc-at-sankardev-farm
|
527
|
বোকাজানঃ কংগ্ৰেছ দলত থকালৈকে বিয়াগোম কেলেংকাৰীৰ কথা কৈ সমালোচনা কৰা নেতাজনকেই গেৰুৱা বসন পিন্ধাৰ পিছতেই সত্যনাৰায়ন হৈ পৰে নেকি?
|
কংগ্ৰেছত চয়তান, গেৰুৱা বসন পিন্ধিলেই সত্যনাৰায়ন
|
https://www.newsnextone.com/print/2638
|
528
|
খাৰুপেটীয়াঃ অশান্ত জৰ্জৰ সমগ্ৰ বিশ্ব পুনৰ শান্ত হওক।
|
খাৰুপেটীয়াত ঈদৰ উছাহ, সামূহিক নামাজ আদায়
|
https://www.newsnextone.com/idd-in-kharupetiya
|
529
|
তামুলপুৰঃ সপোনত ওমলা বয়সতে জীৱন মৃত্যুৰ যুঁজত নামি পৰিছে এটি কিশোৰ।
|
জীৱন মৃত্যুৰ যুঁজত অশোক, আপুনি সহায় কৰিবনে
|
https://www.newsnextone.com/tamulpur-cancer-baby-please-help
|
530
|
ডিজিটেল ডেস্কঃ দেশৰ মাথো কেইখনমান ৰাজ্যৰ বাহিৰে আন আন ৰাজ্যত চৰকাৰে প্ৰকৃত ভৰতীয় নাগৰিকক আধাৰ কাৰ্ড প্ৰদান কৰিছে।
|
আপোনাৰ আধাৰ কাৰ্ড আছে নে, যদি আছে বিপদত পৰিব পাৰে, পঢ়ক এই বাতৰি
|
https://www.newsnextone.com/print/8821
|
531
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 কল্যাণজ্যোতি বুঢ়াগোহাঁই,শিৱসাগৰ সমগ্ৰ বিশ্বৰ লগতে শিৱসাগৰতো দেওবাৰে আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন কৰা হয়।
|
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত আন্তৰ্জাতিক ধাত্ৰী দিৱস পালন
|
https://www.newsasn.com/node/6759
|
532
|
কাজিৰঙাঃ জখলাবন্ধা আৰক্ষী থানাৰ অন্তৰ্গত বুঢ়াপাহাৰত শুকুৰবাৰে সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক ডাঃ সুমিত কুমাৰ গাৰোডিয়া আৰু তেওঁৰ পত্নী নন্দিনী গাৰোডিয়া৷ কথমপি প্ৰাণ ৰক্ষা পৰে গাৰোডিয়া দম্পত্তিৰ দুই সন্তানৰ।
|
বুঢ়াপাহাৰত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত চিকিৎসক-পত্নী
|
https://www.newsnextone.com/kaziranga-accident-doctor-dead/#comments
|
533
|
ছুলতান ছালেহ আহমেদ, বৰপেটাঃ বৰপেটা জিলাৰ খৰমাৰ নিকটৱৰ্তী পহুমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে সদ্যঘোষিত উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক উৎসাহ-উদ্দীপনা আগবঢ়োৱাৰ বাবে আমছুৰ পহুমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত এখনি সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়।
|
আমছুৰ পহুমাৰা আঞ্চলিক সমিতিৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
|
https://www.newsnextone.com/barpeta-felicitation-aamsu
|
534
|
নগাৰিকত্ব বিধেয়ক বাতিলৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি থকাৰ সময়তে আজি তিনিচুকীয়া জিলত আৰ এছ এছে অায়োজন কৰা এখন সভাক লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়।
|
আৰ এছ এছৰ সভাত বাধা প্ৰদান কৰিছিল আছু, অগপ, অঃ জাঃ যুঃ ছাঃ পৰিষদে
|
https://assam.nenow.in/tinsukia-bjp-district-president-attacked-by-protesters/
|
535
|
ওলোটাকৈ উৰিল ৭১ তম গণৰাজ্য দিৱসৰ পতাকা ৰংপুৰ উপস্বাস্থ্য কেন্দ্ৰত উৰিল ওলোটাকৈ পতাকা।
|
উলোটাকৈ উৰিল ৭১ তম গণৰাজ্য দিৱসৰ পতাকা
|
https://neindianews.com/%e0%a6%89%e0%a6%b2%e0%a7%8b%e0%a6%9f%e0%a6%be%e0%a6%95%e0%a7%88-%e0%a6%89%e0%a7%b0%e0%a6%bf%e0%a6%b2-%e0%a7%ad%e0%a7%a7-%e0%a6%a4%e0%a6%ae-%e0%a6%97%e0%a6%a3%e0%a7%b0%e0%a6%be%e0%a6%9c%e0%a7%8d/
|
536
|
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 3 পৰিবহন আইন উলংঘা কৰা সৰু-বৰ যান -বাহনে ভৰি পৰিল শিৱসাগৰৰ পৰিবহন কাৰ্য্যালয়ৰ চৌহদ 4 গোলাঘাট শাখা সাহিত্য সভাৰ সদৌ অসম ভিত্তিত মুকলি চুটিগল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ ●●●●●●●●●●●●●●●●●● গোলাঘাট, ৩০ মেঃ- পশ্চিম গোলাঘাট শাখা সাহিত্য সভাই ঔপন্যাসিক, গল্পকাৰ প্ৰয়াত তুলিকা শইকীয়া সোঁৱৰণি সদৌ অসম ভিত্তিত মুকলি চুটিগল্প আৰু বিশিষ্ট লেখক, সাংবাদিক প্ৰয়াত কেশৱ শইকীয়া সোঁৱৰণি মুকলি প্ৰৱন্ধ প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে।
|
পশ্চিম গোলাঘাট শাখা সাহিত্য সভাৰ সদৌ অসম ভিত্তিত মুকলি চুটিগল্প আৰু প্ৰৱন্ধ প্ৰতিযোগিতাৰ আয়োজন
|
http://firstnewsreport.com/_%e0%a6%aa%e0%a6%b6%e0%a7%8d%e0%a6%9a%e0%a6%bf%e0%a6%ae-%e0%a6%97%e0%a7%8b%e0%a6%b2%e0%a6%be%e0%a6%98%e0%a6%be%e0%a6%9f-%e0%a6%b6%e0%a6%be%e0%a6%96%e0%a6%be-%e0%a6%b8%e0%a6%be%e0%a6%b9%e0%a6%bf/
|
537
|
কোকিলাঃ বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলত পুণৰ বানপানীৰ তাণ্ডৱ।
|
মানিকপুৰত পুনৰ বানপানীৰ তাণ্ডৱ
|
https://www.newsnextone.com/again-flood-in-kokila
|
538
|
গোলকগঞ্জঃ বিতৰ্কৰ আৱৰ্তত সোমাই পৰা এপিএছচিক সংস্কাৰৰ স্বাৰ্থত ৰাজ্য চৰকাৰে প্ৰতিখন জিলাত পৰীক্ষা অনুষ্ঠিত কৰিব৷ ৰাজ্যৰ অন্যান্য প্ৰন্তৰ লগতে ধুবুৰী জিলাতো অহা ২ জুলাইত অসম প্ৰশাসনীয় সেৱাৰ সংযুক্ত প্ৰাৰাম্ভিক প্ৰতিযোগিতামূলক পৰীক্ষা অনুষ্ঠিত হ'ব।
|
ধুবুৰীত এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষা
|
https://www.newsnextone.com/apsc-exam-at-dhubri
|
539
|
বৰক্ষেত্ৰীঃ যোৱা ১৭ দিনে সন্ধান নাই এগৰাকী ৰুগীয়া যুৱকৰ৷ ক'ত হেৰাল যুৱকজন৷ যোৱা ১৭ দিনেই যুৱকজনক বিচাৰি পৰিয়ালে চলাথ কৰিছে গুৱাহাটী মহানগৰী৷ পৰিয়াল আৰু আৰক্ষীয়ে যুৱকজনক উদ্ধাৰ কৰাটো দূৰৈৰ কথা, কোনো শুংসূত্ৰই লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাপোতা গাঁৱৰ গজেন ডেকাৰ পুত্ৰ পংকজ ডেকা (৩৪) যোৱা ১৩ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে৷ জানিব পৰা মতে, বৰুৱাপোতা গাঁৱৰ গজেন ডেকাৰ পুত্ৰ পংকজ ডেকা (৩৪) যোৱা ১৩ জুলাইত চিকিৎসাৰ বাবে গুৱাহাটী মহানগৰীৰ এখন চিকিৎসালয়লৈ আহে।
|
আদাবাৰীত গাড়ীৰ ছীটত বহা পংকজ হেৰাল ক'ত
|
https://www.newsnextone.com/youth-missing-mukalmuwa-pankaj
|
540
|
জ ডেস্ক 04 / 2019 ৰাহুল গান্ধীয়ে কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰাৰ পিছতে এতিয়া দলটোত আৰম্ভ হৈছে নেতৃত্বৰ পদত্যাগৰ জোৱাৰ।
|
কংগ্ৰেছৰ লোকসভাৰ নিৰ্বাচনৰ পৰাজয়ৰ দায়িত্ব স্বীকাৰ কৰি হৰিশ ৰাৱাতৰ পদত্যাগ
|
https://www.newsasn.com/node/7948
|
541
|
ওৰাংঃ বন্ধৰ সমৰ্থকে নেৰিলে এনআৰচি কৰ্মীকো৷ সোমবাৰে পুৱাৰে পৰা সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনোৱা বন্ধৰ সময়ছোৱাত ওদলগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত কাণকাটাত এগৰাকী এনআৰচিৰ কৰ্মীক ধনু কাঁড়েৰে আক্ৰমণ কৰে৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আহ্বান জনোৱা বন্ধৰ সমৰ্থকে ৰাপ পথলৈ ওলাই আহি সন্তাৰস সৃষ্টি কৰাৰ সময়তে আক্ৰমণত আহত হয় কৰ্মী অজয় কৰ্মকাৰ।
|
বন্ধৰ সমৰ্থকে ধনু কাঁড়েৰে আক্ৰমণ কৰিলে NRCৰ কৰ্মীক
|
https://www.newsnextone.com/nrc-worker-attack-orang
|
542
|
ন'য়ডাঃ ৰাষ্ট্ৰীয় পতাকা কেৱল ফালি পেলোৱাই নহয়, তাৰপিছত সেইখন ডাষ্টবিনত পেলাই দিয়াৰ অভিযোগ উত্থাপন হৈছে অপ্প'ৰ এজন কৰ্মচাৰীৰ বিষয়ে।
|
জাতীয় পতাকাক অৱমাননা, অপ্প'ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰৰ দাবী ন'য়ডাত
|
https://www.newsnextone.com/noida-oppo-mobile-compaby-production-manager-faces-protest-over-throwing-india-national-flag
|
543
|
জ ডেস্ক / 2019 নিউজ ডেস্ক : দেশত দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ মূল কৃতিত্ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক দিব লাগিব।
|
দ্বিতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠনৰ মূল কৃতিত্ব দিব লাগিব প্ৰধানমন্ত্ৰী মোডীক-বিজয়া চক্ৰৱৰ্তী
|
https://www.newsasn.com/node/6976
|
544
|
মনোৰঞ্জন মৰাণ 'অসম অৰুণাচলৰ সীমান্তবৰ্তী অঞ্চলত বসবাস কৰা মৰাণ জনজাতিৰ লোক সকলৰ ক্ষেত্ৰত অৰুণাচল প্ৰদেশ চৰকাৰে চূড়ান্ত অমনোযোগিতা প্ৰদৰ্শন কৰিছে।
|
অৰুণাচলত বসবাস কৰা মৰাণ সকলক স্থায়ী বাসিন্দা প্ৰমাণ পত্ৰ দিয়াৰ দাবী
|
https://janambhumi.in/VFhwck1FNUVRVDA9/en/VFhwck1FNUVRVDA9/%E0%A6%85%E0%A7%B0%E0%A7%81%E0%A6%A3%E0%A6%BE%E0%A6%9A%E0%A6%B2%E0%A6%A4-%E0%A6%AC%E0%A6%B8%E0%A6%AC%E0%A6%BE%E0%A6%B8-%E0%A6%95%E0%A7%B0%E0%A6%BE-%E0%A6%AE%E0%A7%B0%E0%A6%BE%E0%A6%A3-%E0%A6%B8%E0%A6%95%E0%A6%B2%E0%A6%95-%E0%A6%B8%E0%A7%8D%E0%A6%A5%E0%A6%BE%E0%A7%9F%E0%A7%80-%E0%A6%AC%E0%A6%BE%E0%A6%B8%E0%A6%BF%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A6%BE-%E0%A6%AA%E0%A7%8D%E0%A7%B0%E0%A6%AE%E0%A6%BE%E0%A6%A3-%E0%A6%AA%E0%A6%A4%E0%A7%8D%E0%A7%B0-%E0%A6%A6%E0%A6%BF%E0%A7%9F%E0%A6%BE%E0%A7%B0-%E0%A6%A6%E0%A6%BE%E0%A6%AC%E0%A7%80.html.html
|
545
|
হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ পুৰণিগুদামৰ মুঢ়ানীৰ এটা পেক্ষাগৃহত যজ্ঞেশ্বৰ পাঠক নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ হয়৷ জানিব পৰা মতে, মাঘ বিহু উপলক্ষে নিশা ঘৰৰ পৰা ওলাই গৈছিল যদিও নিশা ঘৰলৈ উভতি অহা নাছিল লোকজনে৷ পিছত একাংশ লোকে পুৱাই পাঠকৰ মৃতদেহ প্ৰেক্ষাগৃহত প্ৰত্যক্ষ কৰি পৰিয়ালক খবৰ দিয়ে৷ উৰুকাৰ অত্যধিক মদ্যপান কৰাৰ সন্দেহ কৰা হৈছে৷ পুৰণিগুদাম আৰক্ষীৰ পহৰা চকীৰ লোক উপস্থিত হৈ ঘটনাৰ তদন্ত কৰা দেখা যায়।
|
পুৰণিগুদামত মৃতদেহ উদ্ধাৰ
|
https://www.newsnextone.com/dead-body-recovered-purinigudam/#comments
|
546
|
শিৱসাগৰঃ ঐতিহাসিক শিৱসাগৰৰ ৰংপুৰত ১৯৪৫ চনতে স্থাপন হোৱা সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ে এই বেলি ৭৩ বছৰত ভৰি দিলে৷ যাৰ বাবে মহাবিদ্যালয় খনে ৭২ সংখ্যাক প্ৰতিষ্ঠা দিৱস পালনৰ প্ৰস্তুতি চলাইছে৷ তিনিকুৰী এঘাৰ বছৰ অতিক্ৰম কৰা সংগীত মহাবিদ্যালয় খনে ৭২ সংখ্যাক প্ৰতিষ্ঠা দিৱস এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অহা ২৫ জুলাইত শিৱসাগৰ নাট্য মন্দিৰ প্ৰাংগনত পালন কৰিব৷ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী শিক্ষকসকলে গীত, নৃত্যৰ বাৰেৰহনীয়া অনুষ্ঠান পৰিৱেশন কৰিব বুলি মহাবিদ্যালয়ৰ অধ্যক্ষা আৰতী বৰুৱাই প্ৰকাশ কৰে।
|
সেউজীয়া সমাজ সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস
|
https://www.newsnextone.com/print/4286
|
547
|
ৰঙিয়াঃ ৰেল যাত্ৰাত জীৱন আৰু সম্পত্তিৰ সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপিত হৈ অহাৰ সময়তে ৰঙিয়াত পুনৰ সংঘটিত হ'ল ৰেল যাত্ৰীক লুটি নিয়াৰ ঘটনা৷ যোৱা ০৭ নৱেম্বৰত চলন্ত ৰেলত ভিতৰত দুৰ্বৃত্তই অনিল কুমাৰ নামৰ সেনাৰ জোৱানক নিচাযুক্ত দ্ৰব্য খুওৱাই টকা লুটি নিয়াৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওঁতেই পুনৰ মঙলবাৰে সংঘটিত হ'ল যাত্ৰীক লুটি নিয়াৰ আন এটি ঘটনা৷ জানিব পৰা মতে, উজনিমুৱা মানস ৰাইনো এক্সপ্ৰেছৰ যাত্ৰীক লুটি নিয়ে এটি দুৰ্বৃত্তৰ দলে৷ মঙলবাৰে পুৱাৰ ভাগত নিচাযুক্ত দ্ৰব্য খুওৱাই দুৰ্বৃত্তই লূটিলে দীপক বৰ্মন নামৰ যাত্ৰীজনক।
|
লুটি নিলে সকলো, চলন্ত ৰেলত অচেতন অৱস্থাত উদ্ধাৰ দীপকক
|
https://www.newsnextone.com/rangia-youth-recovered-at-train/#comments
|
548
|
ৰঙিয়াঃ ৰঙিয়া চহৰত আজি অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়৷ চহৰ খনৰ ব্যস্ত ভুটান বাছস্থানত দিন দুপৰতে অগ্নিকাণ্ড সংঘটিত হোৱাত হুৱাদুৱা লাগে৷ যিয়ে যেনেকৈ পাৰে জুই নুমুৱাব চেষ্টা কৰে যদিও চহৰখনৰ মাজ মজিয়াত ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈ কেইবালাখ টকাৰ সম্পত্তি জুইত জাহ যায়৷ ৰঙিয়া-ভূটান ৰোডৰ বাছ ষ্টেণ্ডৰ সমীপৰ ভয়ংকৰ অগ্নি কাণ্ডত কেইবাখনো দোকান ভস্মীভুত হয়৷ এখন ফাষ্ট ফুডৰ হোটেলৰ পৰা অগ্নিকাণ্ডৰ সুত্ৰপাত হৈ মূহুৰ্ততে কেইবাখনো দোকান জুয়ে আগুৰি ধৰে৷ স্থানীয় লোক তথা অগ্নি নিৰ্বাপক বাহিনীৰ প্ৰচেষ্টাত বহু দোকান ৰক্ষা পৰে যদিও তিনিখন দোকান আৰু চাৰিটা গুডাম ঘৰ আৰু আৱাস গৃহ সম্পুৰ্ণ ৰূপে ভস্মীভূত হয়।
|
ভুটান বাছস্থানত অগ্নিকাণ্ড, জুইত জাহ গ'ল ৫০ লাখৰ সম্পত্তি
|
https://www.newsnextone.com/shop-burning-at-rangia-bhutan-bustand
|
549
|
শিৱসাগৰঃ এটা পলিথিনক বেগক কেন্দ্র কৰি শিৱসাগৰৰ ষ্টেচন চাৰি আলিত তীব্র চাঞ্চল্যৰ সৃষ্টি হয় উল্লেখযোগ্য যে টোপোলাৰ ভিতৰত উদ্ধাৰ কৰা হয় এটা সন্দেহজনক বোমা৷ ষ্টেচন চাৰিআলিৰ সমীপৰ এখন দোকানৰ সমুখত উদ্ধাৰ হয় সন্দেহজনক বোমাটো৷ সোমবাৰে সন্ধিয়া শিৱসাগৰ নগৰৰ সুন্দৰ মল মৰ্ডাণ স্কুলৰ সমীপত তথা এ টি ৰোডৰ কাষত প্ৰায় আধা কি গ্ৰা ওজনৰ এটা বোমা উদ্ধাৰ হয়।
|
শিৱসাগৰৰ ষ্টেচন চাৰিআলিত বোমাতংক চাৰিওফালে চাঞ্চল্য
|
https://www.newsnextone.com/sivsagar-bomb/#comments
|
550
|
মুছলপুৰঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ আন কেইবাখনো জিলাৰ দৰেই বিটিএডিৰ বাক্সা জিলাৰ দুগৰাকী ছাত্ৰীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান দখল কৰিবলৈ সক্ষম হয়৷ জিলাখনৰ গোৰেশ্বৰৰ অনিন্দিতা মেধী আৰু বৰমাৰ জিন্টি দেৱীয়ে প্ৰথম দহগৰাকীৰ ভিতৰত স্থান দখল কৰে৷ বৰমাৰ জিণ্টি মেধীয়ে তৃতীয় স্থান দখল কৰাৰ লগতে গোৰেশ্বৰৰ অনিন্দিতা মেধীয়ে অষ্টম স্থান দখল কৰে৷ বাক্সা জিলাৰ গোৰেশ্বৰৰ ৰেইনবো ইংলিচ স্কুলৰ ছাত্ৰী অনিন্দিতা মেধীয়ে অষ্টম স্থান লাভ কৰে ৫৮৬ নম্বৰ লাভ কৰি৷ কমল মেধী আৰু স্বৰ্ণলতা মেধীৰ একমাত্ৰ কন্যা অনিন্দিতা মেধী।
|
প্ৰথম দহগৰাকীৰ ভিতৰত স্থান, অনিন্দিতা-জিণ্টিয়ে উজলালে বাক্সাক
|
https://www.newsnextone.com/hslc-result-baksa-proud/#comments
|
551
|
ডিজিটেল ডেস্কঃ ৰঙাচীনক লৈ অব্যাহত আছে শংকাৰ ঘন ডাঁৱৰ।
|
ভাৰত মহাসাগৰত চীনৰ দপদপনি, ভাৰতক প্ৰত্যাহ্বান
|
https://www.newsnextone.com/china-thretens-india-again/#comments
|
552
|
াহাটী: পুলৱামাৰ বৰ্বৰ ঘটনাৰ পিছত ছচিয়েল মিডিয়াত দিয়া পোষ্ট সন্দৰ্ভত তীক্ষ্ণ নজৰ অসম আৰক্ষীৰ।
|
জনতা ভৱনত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কি ক'লে
|
https://www.newsnextone.com/print/18283
|
553
|
ধিংঃ হাতে হাতে ঝাড়ু লৈ ওলাই আহিল কেইবাশতাধিক মহিলা৷ পিঠি পোৰা ৰদকো আওকান কৰি হাতে হাতে ঝাড়ু লৈ নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়া পঞ্চায়তৰ বহু ৰাজহুৱা স্থান চাফ চিকুণ কৰে৷ বটদ্ৰৱাৰ দলংঘাট খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সমন্বয়ক অনুৰাধা ফুকন আৰু সমাজকৰ্মী মিনা দাস, মালতী কলিতাৰ তত্বাৱধানত ৰাইডঙীয়াত পৰিবেশ সজাগতাৰ লগতে স্বচ্ছতাৰ লক্ষ্যৰে আজি পুৱা ৰাইডঙীয়া অঞ্চলৰ প্ৰায় আঠ শতাধিক মহিলাই হাত ঝাড়ু লৈ ওলাই আহে৷ ৰাইডঙীয়া পঞ্চায়তৰ অধীনৰ চাফাই অভিযান চলাই।
|
ৰাইডঙীয়াত হাতে হাতে ঝাড়ু লৈ ওলাই আহিল মহিলা
|
https://www.newsnextone.com/swach-bharat-abhijan-dhing
|
554
|
ডিজিটেল ডেস্কঃ 'ঘৰলৈ গৈ কাইলৈ সকলোৱে ছুইছাইড নোট লিখি আনিবা।
|
হোমৱৰ্কত ছাত্ৰ-ছাত্ৰীক ছুইছাইড নোট শিক্ষকৰ
|
https://www.newsnextone.com/teacher-asks-teen-students-to-draft-suicide-note
|
555
|
মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত লিডুৰ পাটকাই পৰ্বতমালাৰ ২নং মুলুং গাৱঁৰ পৰা ১৪ নং আছাম ৰাইফলছৰ ডি কম্পেনীয়ে আজি সন্ধিয়া অভিযান চলাই দুজন উগ্ৰপন্থী সদস্যক কৰায়ত্ত কৰিবলৈ সমৰ্থ হয়।
|
মাৰ্ঘেৰিটাত আলফা(স্বা)ৰ কেডাৰসহ লিংকমেন আটক
|
https://www.newsnextone.com/ulfa-cadre-arrested-from-margherita
|
556
|
ডিব্ৰুগড়ঃ কিতাপৰ গোন্ধে এতিয়া পোখা নেমেলে পুথিভঁৰালত৷ তাৰ সলনি এতিয়া পুথিভঁৰালৰ চৌহদ বেঢ়িছে বিলাতী সুৰাৰ গোন্ধে৷ বিলাতী সুৰাৰ আড্ডাত পৰিণত হৈছে ডিব্ৰুগড় জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহ৷ আজি জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহটোলৈ সাংবাদিক যাওঁতে এনে কিছুমান দৃশ্যই পোহৰলৈ আহিছে৷ পুথিভঁৰাল প্ৰেক্ষাগৃহৰ ভিতৰৰ লগতে বাৰাণ্ডা আৰু চৌহদৰ ভিন্ন স্থানত বিলাতী সুৰা আৰু বিয়েৰ বটল, মদ্যপান কৰিবলৈ ব্যবহাৰ কৰা ডিচপজেবল গিলাচ আদি পৰি থকা দৃশ্যই সুৰাৰ আড্ডাৰ স্পষ্ট প্ৰমাণ কৰিছে।
|
কিতাপ নহয়, সুৰাৰ গোন্ধ বিয়পে ডিব্ৰুগড় জিলা পুথিভঁৰালত
|
https://www.newsnextone.com/wine-bottle-in-library-dibrugarh/#comments
|
557
|
তেজপুৰঃ তেজপুৰ লোকসভা সমষ্টি বাবে কংগ্ৰেছ, বিজেপি, এন চি পিৰ লগতে নিৰ্দ্দলীয় প্ৰাৰ্থীসহ বহু কেইজন প্ৰাৰ্থীয়ে জিলা উপায়ুক্তৰ জৰিয়তে মনোনয়ন পত্ৰ দাখিল কৰে শোনিতপুৰ নিৰ্বাচনী বিষয়াৰ জৰিয়তে।
|
তেজপুৰ লোকসভা সমষ্টিৰ বাবে বিভিন্নজন প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল
|
https://www.newsnextone.com/print/18865
|
558
|
গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ মহাবিদ্যালয় সমূহত যোৱা ২০ নৱেম্বৰৰ পৰা চলি থকা স্নাতক বি এ তৃতীয় ষান্মাসিকৰ (চেমিষ্টাৰৰ) আজিৰ পৰীক্ষা বাতিল কৰা হয় ৷ প্ৰশ্ন কাকতৰ বিসংগতিৰ বাবে আজিৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা বাতিল কৰা হৈছে ৷ উল্লেখ্য যে, বি এ তৃতীয় চেমিষ্টাৰৰ আজি ৰাজনীতি বিজ্ঞানৰ পৰীক্ষা আছিল ৷ প্ৰশ্ন কাকতত দুটা শাখা থাকিব লাগে যদিও আজিৰ প্ৰশ্ন কাকতত কেৱল এটা শাখাহে থাকে।
|
গুৱাহাটী বিশ্ববিদ্যালয়ৰ আজৱ কাণ্ড: স্নাতক তৃতীয় ষান্মাসিকৰ আজিৰ পৰীক্ষা বাতিল
|
https://assam.nenow.in/exam-of-ba-third-semistar-under-gu-has-been-cancelled-today/
|
559
|
প্ৰতিকী ফটো,উৎস ধিংঃ অসমীয়া সমাজে ভাদ মাহটো পৱিত্ৰ মাহ হিচাপে গণ্য কৰে।
|
আজি পৱিত্ৰ ভাদ মাহ, হৰি নামেৰে মুখৰিত ৰাজ্যৰ নামঘৰ
|
https://www.newsnextone.com/hari-naam-assam-namghar/#comments
|
560
|
ওদালগুৰিঃ অসমৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত সোমবাৰে পুৱাৰে পৰা আহ্বান জনোৱা অসম বন্ধৰ প্ৰভাৱ ওদালগুৰি জিলাখনত সৰ্বাত্মকৰূপে পৰা দেখা যায়।
|
জনজাতিকৰণৰ দাবী, ওদালগুৰিত বন্ধৰ প্ৰভাৱ সৰ্বাত্মক, স্বাভাৱিক জনজীৱন ব্যাহত
|
https://www.newsnextone.com/bandh-udalguri-for-st
|
561
|
জ এ.এছ.এন. প্ৰতিনিধি / 2018 ডিব্ৰুগড়ৰ পৰা জ্যোতিষ পাতিৰ শনিবাৰৰ পৰা ডিব্ৰুগড়ত অনুষ্ঠিত হৈছে বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা।
|
ডিব্ৰুগড়ত আৰম্ভ বৰদলৈ ট্ৰফী ফুটবল
|
https://www.newsasn.com/node/2702
|
562
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 বঙাইগাঁৱৰ প্ৰতিবেদক সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ আহ্বান মৰ্মে শুকুৰবাৰে বঙাইগাঁৱত কৰ্মৰত ঠিকাভিত্তিক টেট উত্তীৰ্ণ শিক্ষক-শিক্ষয়িত্ৰীসকলে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ বিনাচৰ্তে বেতন সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণৰ দাবীত বঙাইগাঁও খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ ১২ বজাৰ পৰা ২ বজালৈ ৰূপায়ণ কৰা অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জড়িয়তে বঙাইগাঁও খণ্ড প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে বিজেপি নেতৃত্বাধীন অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়- "চৰকাৰে বুজি উঠা উচিত যে সকলো বিষয় দমনমূলক নীতিৰে সমাধান কৰিব নোৱাৰি।
|
বঙাইগাঁৱত প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ অৱস্থান ধৰ্মঘট
|
https://www.newsasn.com/index.php/node/9306
|
563
|
ডিজিটেল ডেস্কঃ ৰাফেল বিতৰ্কই দেশৰ ৰাজনীতি উত্তাল কৰি ৰখাৰ সময়তে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়ে ৰাফেলৰ গইনা লৈ শাসকীয় বিজেপি দলক তীব্ৰ আক্ৰমণ কৰে৷ ৰাফেল চুক্তিকলৈ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে বিজেপি চৰকাৰক লক্ষ্য কৰি তীব্ৰ আক্ৰমণ কৰা দেখা যায় বৃহস্পতিবাৰে।
|
ৰাফেল বিৰ্তক, সৰৱ কংগ্ৰেছ সভাপতি, দীঘলীয়া ভাষণ হে শুনাই চৰকাৰে
|
https://www.newsnextone.com/rahul-deal-rahul-attack-govt
|
564
|
জয়ন্ত মুদৈ, নগাঁওঃ কেন্দ্ৰীয় ৰে'ল ৰাজ্যমন্ত্ৰী ৰাজেন গোঁহাইৰ গৃহজিলা নগাঁৱত বিধ্বস্ত ৰে'ল যাত্ৰা।
|
শিলঘাট-গুৱাহাটী ডেম' ট্ৰেইন বাটতে অচল... এইবোৰ কি হৈছে মন্ত্ৰী ৰাজেন গোঁহাই
|
https://www.newsnextone.com/nagaon-demo-train-break-down
|
565
|
তামুলপুৰঃ বীৰ ছহিদ মনেশ্বৰ বসুমতাৰীৰ ছহিদ হোৱাৰ এঘাৰ দিনৰ অন্তত বাথৌ ধৰ্মীয় ৰীতি-নীতিৰে দশকৰ্ম অৰ্থাৎ দহা কৰ্ম সামাজিকভাৱে অনুষ্ঠিত কৰা হয়।
|
বাথৌ ধৰ্মৰ ৰীতি-নীতিৰে ছহিদ মনেশ্বৰ বসুমতাৰীৰ দশকৰ্ম
|
https://www.newsnextone.com/tamulpur-manaswar-10/#comments
|
566
|
টাৱাংঃ উত্তৰ পূৰ্বাঞ্চলৰ মনোমোহা অৰুণাচল প্ৰদেশৰ টাৱাঙত চহৰত ভক্তিৰ সোঁত বৈছে৷ তীব্বতীয় ধৰ্মগুৰু দালাই লামাই সহশ্ৰাধিক লোকক সম্বোধিত কৰি আধ্যাত্মিক ভাষণ আৰম্ভ কৰিছে৷ সকলোৱে হাতযোৰ কৰি চতুৰ্দশ দালাই লামাৰ আধ্যাত্মিক বক্তৃতা শুনিছে৷ ১২ দিনীয়া উত্তৰ-পূৰ্বাঞ্চলৰ ভ্ৰমণত থকা আধ্যাত্মিক গুৰুজনে অৰুণাচল প্ৰদেশৰ মূখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৰ উপস্থিতিত টাৱাং ষ্টেডিয়ামত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদ জ্ঞাপন কৰে৷ চীনৰ অসন্তুষ্টি স্বত্বেও ভাৰত চৰকাৰৰ উৎসাহতে দালাই লামাই আজি এনে এক বিশাল জনতাক সম্বোধন কৰিবলৈ সুযোগ লাভ কৰা বুলি মূখ্যমন্ত্ৰী খাণ্ডুৱে মন্তব্য কৰে৷ আজিৰ পৰা ৬ টা দশক পূৰ্বে চীনৰ পৰা নিৰ্বাসিত দালাই লামা ভাৰতলৈ আগমণ ঘটা ঐতিহাসিক মূহুৰ্তটো ৰাজ্যখনে কেতিয়াও নাপাহৰে বুলি খাণ্ডুৱে মন্তব্য কৰে।
|
টাৱাঙত সহশ্ৰাধিক গুণমুগ্ধৰ মাজত দালাই লামা, চীনৰ অসন্তুষ্টি অব্যাহত
|
https://www.newsnextone.com/dalai-lama-visit-to-arunachal-pradesh-tawang-thousands-throng-at-venue-neighbor-countries-like-bhutan-myanmar-people-assembled
|
567
|
মঙলদৈঃ চীন দেশৰ ৰূগানত যোৱা ২৪ তাৰিখৰ পৰা ২৮ ছেপ্তেম্বৰলৈ অনুষ্ঠিত হোৱা ২০ সংখ্যক এছিয়ান মাষ্ট্ৰাৰ্ছ এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতৰ হৈ অংশ লৈছিল দৰং আৰু ওদালগুৰি জিলাৰ সীমামুৰীয়া অঞ্চল ভকতপাৰাৰ কুঞ্জলতা বড়োৱে।
|
মঙলদৈ ভকতপাৰাৰ কুঞ্জলতা উজলিল আন্তজাৰ্তিক ক্ৰীড়াত
|
https://www.newsnextone.com/a-lady-from-mangaldoi-to-international-sports/#comments
|
568
|
তেজপুৰঃ তেজপুৰৰ আবৰ্ত ভৱনত অগপ, বিজেপিৰ দুই নেতাৰ গোপন বৈঠক অনুষ্ঠিত হয়৷ ভাৰতীয় জনতা পাৰ্টীৰ অসমৰ প্ৰভাৰী ৰাম মাধৱ আৰু তেজপুৰ অগপ নেতা তথা তেজপুৰ বিধায়ক বৃন্দাবন গোস্বামী শনিবাৰে এখন বৈঠকত মিলিত হয়।
|
গেৰুৱা বসন পিন্ধিব নেকি বৃন্দাবন গোস্বামীয়ে
|
https://www.newsnextone.com/print/17384
|
569
|
আজাৰাঃ ই পি মিডিয়া ফৰাম চাউথ কামৰূপে আজি দিনজোৰা কাৰ্যসুচীৰে পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ দক্ষিণ কামৰূপৰ আগশাৰীৰ উচ্চ শিক্ষানুষ্ঠান দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত পালন কৰা হয়।
|
ই পি মিডিয়া ফৰামৰ প্ৰতিষ্ঠা দিৱস পালন
|
https://www.newsnextone.com/print/5878
|
570
|
চিচিবৰগাঁওঃ অসম জাতীয়াতাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে আজি কৃতী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায়৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱাৰ লগতে ১২ গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক কিতাপ, সাজপাৰ আদি প্ৰদান কৰে৷ সংগঠনটোৰ শিক্ষা কোষ আৰু সংস্থাপন কোষৰ উদ্যোগত অনুষ্ঠিত এখন সভাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিয়ে৷ ইয়াৰ লগতে কৃষককো একেটা অনুষ্ঠানতে কৃষিৰ সাঁ-সজুলি যোগান ধৰে।
|
ধেমাজিত কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা
|
https://www.newsnextone.com/felicitation-program-ajycp-dhemaji
|
571
|
গুৱাহাটীঃ বহু প্ৰত্যাশিত উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে।
|
আমাৰ দৃঢ় বিশ্বাস আছে, কেইটামান ৰাউণ্ড সমাপ্ত হ'ব দিয়া, আমি বহু আসনত আগবাঢ়িমঃবৃন্দা
|
https://www.newsnextone.com/react-brinda-karat
|
572
|
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰুদ্ধে নাগা ছাত্ৰ ফেডাৰেশ্যনে শনিবাৰে আহ্বান জনোৱা ৬ ঘণ্টীয়া নাগালেণ্ড বন্ধ শান্তিপূৰ্ণভাৱে সামৰণি পৰে।
|
নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে আহ্বান জনোৱা নাগালেণ্ড বন্ধ শান্তিপূৰ্ণভাৱে সামৰণি
|
https://assam.nenow.in/bandh-against-citizenship-amendment-act-passes-off-peacefully-in-nagaland/
|
573
|
ডিজিটেল ডেস্কঃ বৰ্ধিত প্ৰদূষণ, গোলকীয় উষ্ণতা বৃদ্ধি, জনসংখ্যা বিস্ফোৰণ আদিৰ ফলত অতি শীঘ্ৰেই পৃথিৱী নামৰ সেউজীয়া গ্ৰহটো মানুহৰ বসবাসৰ বাবে অনুপযোগী হৈ পৰিব।
|
শীঘ্ৰে সন্ধান কৰক বিকল্প পৃথিৱীৰ, হকিঙৰ সাৱধানবাণী
|
https://www.newsnextone.com/stiphen-hawking-warns-to-search-for-alternate-earth-within-100-years
|
574
|
গোৱালপাৰাঃ শাৰীৰিক বাধাগ্ৰস্ততাই সফলতাত হেঙাৰ হৈ থিয় দিব নোৱেৰে৷ সময়ে সময়ে এই কথাক বহুতে প্ৰমাণ কৰি আহিছে ৷ এই কথাক আকৌ এবাৰ প্ৰমাণ কৰিলে দৰিদ্ৰ পৰিয়ালৰ জুবাইৰ আহমেদে৷ গোৱালপাৰা জিলাৰ মাৰকুলা গাঁও পঞ্চায়তৰ অন্তগৰ্ত বাতাবাৰি গাঁৱৰ জুবাইৰে মাতবোল কৰিব নোৱাৰাৰ লগতে কানেৰেও নুশুনে৷ কিন্তু তেওঁৰ হাতত প্ৰাণ পাই উঠে একো একো খন আলোকচিত্ৰই৷ এইবাৰ তেও অংকন কৰিছে তেওৰ প্ৰিয় নেতাজনৰ ছবি৷ তেও ভালপোৱা নেতা অখিলৰ প্ৰতিচ্ছবি অংকন কৰিছে জুবাইৰে৷ মানুহক এবাৰ দেখিলেই তেওৰ প্ৰতিচ্ছবি অংকন কৰিব পাৰে তেওঁ৷ তেওঁ কোনোধৰণৰ প্ৰশিক্ষণ হলে আজিলৈ লোৱা নাই।
|
ৰং-তুলিকা বিহীন জুবাইৰ, কলমেৰে অংকন অখিলৰ প্ৰতিচ্ছবি
|
https://www.newsnextone.com/painting-akhil-gogoi-hpoto
|
575
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 লঙ্কাৰ পৰা মনোজ কুমাৰ পাঠকৰ প্রতিবেদন : পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাত পদে পদে যেন শোষণৰ বলি ল'বলগীয়া হৈ আহিছে একাংশ নাৰী।
|
লঙ্কাত বিবাহৰ প্ৰলোভনেৰে কিশোৰীক পলুৱাই আনি পিছত যৌতুক বিচাৰি নিৰ্যাতনৰ অভিযোগ
|
https://www.newsasn.com/node/7959
|
576
|
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 3 4 ষ্টাফৰিপৰ্টাৰ, ২৫ জানুৱাৰী, ক'লা পতাকা দেখি উন্মাদ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা।
|
ক'লা পতাকা দেখি উন্মাদ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা - অখিল গগৈ
|
http://firstnewsreport.com/%e0%a6%95%e0%a6%b2%e0%a6%be-%e0%a6%aa%e0%a6%a4%e0%a6%be%e0%a6%95%e0%a6%be-%e0%a6%a6%e0%a7%87%e0%a6%96%e0%a6%bf-%e0%a6%89%e0%a6%a8%e0%a7%8d%e0%a6%ae%e0%a6%be%e0%a6%a6-%e0%a6%b9%e0%a7%88/
|
577
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 গোলাঘাটৰ পৰা মীনাক্ষী ফুকন বিশ্ব নাৰী দিৱস উপলক্ষে গোলাঘাটৰ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ উদ্যোগত যোৱা ৭ তাৰিখৰ পৰা ৯ তাৰিখৰ লৈকে অনুষ্ঠিত হৈ যায় মহিলা ভলীবলৰ উচ্চ প্ৰশিক্ষণ শিৱিৰ।
|
নুমলীগড় ৰিফাইনেৰী উদ্যোগত বিশ্ব নাৰী দিৱস উপলক্ষে মহিলা ভলীবল প্ৰশিক্ষণ শিৱিৰ
|
https://www.newsasn.com/index.php/node/5629
|
578
|
ডিজিটেল ডেস্কঃ ধৰ্মান্তৰিত হ'ল অভিনেত্ৰী অক্ষৰা হাছান।
|
ধৰ্ম সলনি কৰিলে এইগৰাকী তাৰকা অভিনেত্ৰীয়ে
|
https://www.newsnextone.com/print/4421
|
579
|
যোৰহাটঃ সম অধিকাৰ, সম বিকাশ বিচাৰি দিল্লী-দিছপুৰ চৰকাৰৰ ওচৰত বহুবাৰ অাবেদন নিবেদন কৰি অহাৰ পাছতো কলিতাসকলক কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰখনে।
|
৫ অক্টোবৰত কলিতা জনগোষ্ঠী সন্মিলনৰ দিছপুৰ চলো কাৰ্যসূচী
|
https://www.newsnextone.com/kalita-protest-jorhat
|
580
|
আমগুৰিঃ আমগুৰিৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ ভদীয়াঘাটত শুকুৰবাৰে পুৱাই উদ্ধাৰ হৈছে গো-মাংসসহ এখন চাৰিচকীয়া বাহন।
|
চাৰিচকীয়া বাহনত গো-মাংস উদ্ধাৰ
|
https://www.newsnextone.com/amguri-beaf-meat/#comments
|
581
|
গোৰেশ্বৰঃ অসম বিধানসভাৰ সমূহ কলিতা জনগোষ্ঠীৰ মন্ত্রী বিধায়কক একত্রিত হোৱাৰ বাবে আহ্বান জনাইছে সদৌ অসম কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাই।
|
১৮ কলিতা মন্ত্ৰী-বিধায়কক সৰৱ হ'বলৈ আহ্বান কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ
|
https://www.newsnextone.com/kalita-student-union-mla/#comments
|
582
|
দীপেন বৰা পূৰ্ব পুৰুষসকলক স্মৰণ আৰু জাতিৰ অতীত বুৰঞ্জী অধ্যয়ন কৰাটো এটা জাতিৰ উন্নতি আৰু প্ৰগতিৰ পৰিচায়ক।
|
লখিমপুৰত কেন্দ্ৰিয় ভাবে উদযাপন মে ডাম মে ফি উদযাপন
|
https://janambhumi.in/VGtSQk5FMUVXVDA9/%E0%A6%B2%E0%A6%96%E0%A6%BF%E0%A6%AE%E0%A6%AA%E0%A7%81%E0%A7%B0%E0%A6%A4-%E0%A6%95%E0%A7%87%E0%A6%A8%E0%A7%8D%E0%A6%A6%E0%A7%8D%E0%A7%B0%E0%A6%BF%E0%A7%9F-%E0%A6%AD%E0%A6%BE%E0%A6%AC%E0%A7%87-%E0%A6%89%E0%A6%A6%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A6%A8-%E0%A6%AE%E0%A7%87-%E0%A6%A1%E0%A6%BE%E0%A6%AE-%E0%A6%AE%E0%A7%87-%E0%A6%AB%E0%A6%BF-%E0%A6%89%E0%A6%A6%E0%A6%AF%E0%A6%BE%E0%A6%AA%E0%A6%A8.html
|
583
|
নলবাৰীঃ নলবাৰী জিলাৰ টিহু হাইস্কুল খেল পথাৰত আজি টিহু টাইকোৱানডো একাডেমীৰ ২৫ তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।
|
টাইকোৱানডো একাডেমিৰ প্ৰতিষ্ঠা দিৱস
|
https://www.newsnextone.com/nalbari-taikowandoo-academy
|
584
|
কাজিৰঙাত চোৰাংচিকাৰীক প্ৰতিহত কৰিবলৈ গৈ অসম চৰকাৰে বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ লৈ আহিছে যদিও সম্পূৰ্ণকৈ সফল হ'ব পৰা নাই কোনো এখন চৰাকাৰ।
|
কাজিৰঙাত চোৰাংচিকাৰীক প্ৰতিহত কৰিবলৈ ব্যৱহাৰ কৰা হ'ব অত্যাধুনিক মাৰণাস্ত্ৰ
|
https://assam.nenow.in/%e0%a6%95%e0%a6%be%e0%a6%9c%e0%a6%bf%e0%a7%b0%e0%a6%99%e0%a6%be%e0%a6%95-%e0%a6%9a%e0%a7%8b%e0%a7%b0%e0%a6%be%e0%a6%82%e0%a6%9a%e0%a6%bf%e0%a6%95%e0%a6%be%e0%a7%b0%e0%a7%80%e0%a7%b0%e0%a6%95-%e0%a6%aa/
|
585
|
খেৰণিঃ ৰাজ্যৰ মিত্ৰজোঁট চৰকাৰৰ এবছৰ পূৰ্তি হোৱাৰ সময়তে নতুন ৰূপ লৈছে শাসকীয় বিজেপি-অগপৰ মিত্ৰতাই।
|
কাৰ্বি পৰিষদৰ নিৰ্বাচনঃ চালকৰ ৰূপত অগপ
|
https://www.newsnextone.com/agp-fever-grips-in-karbi-anglong/#comments
|
586
|
বিধানসভাৰ অধ্যক্ষই কোনো বিধায়কৰ পদ খাৰিজ কৰাৰ কৰ্তৃত্ব সম্বন্ধে পুনৰ বিবেচনা কৰি চালবলৈ উচ্চতম ন্যায়ালয়ে মঙলবাৰে সংসদক আহ্বান জনাইছে।
|
বিধানসভাৰ অধ্যক্ষজনো কোনো এটা ৰাজনৈতিক দলৰে সদস্য", উচ্চতম ন্যায়ালয়
|
https://assam.nenow.in/supreme-court-asks-parliament-to-rethink-power-of-speakers-to-disqualify-legislators/
|
587
|
গুৱাহাটীঃ তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰণলৈ বৰলুইত কলা-কৃষ্টি বিকাশ কেন্দ্ৰৰ তৰফৰপৰা এইবৰ্ষৰ মুক্তি যুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰা হ'ব।
|
তিৱা লোকবাদ্য শিল্পী মুকুন্দ টেৰনলৈ মুক্তিযুঁজাৰু কমল মহন্ত সোঁৱৰণী জীৱনজোৰা সাধনা বঁটা
|
https://www.newsnextone.com/tiwa-artist-award
|
588
|
্ৰাম সমিতি৷ সংগঠনটোৰ নেতৃত্বত হাতে হাতে জোৰ লৈ ৰাজ পথলৈ ওলাই আহে কেইবাশতাধিক লোক।
|
আৰ আছ এছৰ বিৰুদ্ধে ৰাজপথত ছাত্ৰ মুক্তি
|
https://www.newsnextone.com/print/4864
|
589
|
জ এ.এছ.এন. প্ৰতিনিধি ওদালগুৰিৰ পৰা ৰিজুল হক কলাইগাঁৱত নোৱা নদীৰ বাঢ়নী পানীয়ে পুনৰ প্লাৱিত কৰিলে বিস্তীৰ্ণ অঞ্চল।
|
নোৱা নদীৰ বাঢ়নী পানীয়ে প্লাৱিত কৰিলে কলাইগাঁও
|
https://www.newsasn.com/index.php/node/8398
|
590
|
জ এ.এছ.এন. প্ৰতিনিধি / 2019 সোণাৰিৰ পৰা ঘন বৰা চৰাইদেউ আৰক্ষীয়ে দেওবাৰে অভিযান চলাই সোণাৰিৰ এগৰাকী কন্যা শিশুক বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ নি থকা অৱস্থাত উদ্ধাৰ কৰাৰ লগতে অভিযুক্ত অপহৰণকাৰীক আটক কৰি বিশেষ সফলতা অৰ্জন কৰিছে।
|
বহিঃৰাজ্যত বিক্ৰী কৰিবলৈ নিয়া সোণাৰিৰ কন্যা শিশুক উদ্ধাৰ: এজনক আটক
|
https://www.newsasn.com/node/9238
|
591
|
পাঞ্জাবাৰীঃ গুৱাহাটী বুলিলেই মনলৈ আহে বৰ বৰ ঘৰ আৰু সুন্দৰ ৰাজপথৰ কথা ৷ আভিজাত্যৰ চহৰ, উত্তৰ-পূৱৰ দুৱাৰমুখ আদি নামেৰে বিভূষিত গুৱাহাটী মহানগৰী৷ কিন্তু প্ৰকৃতাৰ্থত গুৱাহাটী মহানগৰী আভিজাত্যৰ চহৰ বা উত্তৰ-পূৱৰ দুৱাৰমুখ আদি বিভূষণ পাব পৰাকৈ যোগ্য হৈ আছেনে?
|
মহানগৰীত ৰাইজৰ শ্ৰমদান, মেৰামতি কৰিলে ৰাজপথ
|
https://www.newsnextone.com/road-repair-by-local-people-in-guwahati/#comments
|
592
|
নগাঁওঃ নগাঁও জিলাৰ ননৈ আৰক্ষী চকীৰ আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত ৰূপহীৰপৰা হোজাই অভিমুখে আহি থকা এখন আগৰ ভৰ্তি টাটা মেজিক ভান আৰক্ষীৰ হাতত ধৰা পৰে।
|
ননৈ আৰক্ষীৰ তালাচীত জব্দ আগৰ ভৰ্তি বাহন
|
https://www.newsnextone.com/print/19610
|
593
|
পশ্চিম নলবাৰীঃ অসমৰ সাংস্কৃতিক জগতৰ পুৰোধা বক্তি, বিশিষ্ট নাট্যকাৰ ,অভিনেতা পৰিচালক প্ৰয়াত ভবেন বৰুৱাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদ্দেশ্যে অসম জাতীয়তাবাদী যুব ছাত্র পৰিষদৰ নলবাৰী সমিতিয়ে অনুষ্ঠিত কৰি অহা দশম বাৰ্ষিক ভবেন বৰুৱা সদৌ অসম শিশু নাট প্ৰতিযোগিতাৰ মঙলবাৰে সফল ভাবে সামৰণি পৰে।
|
নলবাৰীৰ সদৌ অসম ভবেন বৰুৱা শিশু নাট প্ৰতিযোগিতাৰ সফল সামৰণি
|
https://www.newsnextone.com/drama-festival-completed-nalbari
|
594
|
গুৱাহাটীঃ মহানগৰীৰ অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলৰ বাবে হায়াত ফাউণ্ডেশ্যনে এক অভিনৱ বিদ্যায়তনিক কাৰ্যসূচী গ্ৰহণ কৰিছে।
|
হায়াত ফাউণ্ডেশ্যনৰ বিনামূলীয়া পাঠদান শিবিৰ
|
https://www.newsnextone.com/print/1333
|
595
|
তেজপুৰ, অপুৰ্ব বৰাঃ সমগ্ৰ ৰাজ্যতে আজি উলহ-মালহেৰে উদযাপন কৰে বিষ্ণু ৰাভা দিৱস।
|
ৰঙাপৰাত ৰক্তদান শিৱিৰ অনুষ্ঠিত
|
https://www.newsnextone.com/tezpur-bishnu-rabha-divas-blood-donation/#comments
|
596
|
চৰাইদেউঃ অসম-নাগালেণ্ড সীমান্তত নগাৰ দপদপনি তথা দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত থকাৰ সময়তে মঙলবাৰে আৰক্ষীৰ অভিযানত জালত পৰিল আলফা স্বাধীনৰ এগৰাকী কেডাৰ৷ বিভিন্ন ৰোগত আক্ৰান্ত কেডাৰগৰাকীয়ে চিকিৎসা কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে৷ চৰাইদেউ জিলাৰ সাপেখাতীত মঙলবাৰে ব্যাপক অভিযান চলাই আলফা(স্বাধীন)ৰ দুধৰ্ষ কেডাৰ দেৱজিৎ গগৈ ওৰফে পুতুল অসমক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়।
|
চিকিৎসা কৰিব আহি আৰক্ষীৰ জালত পৰিল হাওঁফাওঁ গাঁৱৰ ৰোগীয়া পুতুল অসম
|
https://www.newsnextone.com/print/8654
|
597
|
অসমত কোনো দিন প্ৰযোজ্য নহয় ইনাৰ লাইন পাৰ্মিট 3 গোলাঘাট, ১৮ মাৰ্চ: গোলাঘাট ত চুলাই সেৱনত প্ৰায় ডেৰ শতাধিক লোক মৃত্যু মুখত পৰাৰ পিছত গোলাঘাট আৰক্ষী আৰু আৱকাৰী বিভাগ ৰ সুৰাৰ ঘাটি উচ্ছেদ অভিযান পূৰ্ণ গতিত চলি থকাৰ মাজতে সেই ঠাই লৈছে অৰুণাচলী আৰু বোকাখাতৰ বিলাতী সুৰাই।
|
গোলাঘাট ত অৰুণাচলী সুৰা
|
http://firstnewsreport.com/%e0%a6%97%e0%a7%8b%e0%a6%b2%e0%a6%be%e0%a6%98%e0%a6%be%e0%a6%9f-%e0%a6%a4-%e0%a6%85%e0%a7%b0%e0%a7%81%e0%a6%a3%e0%a6%be%e0%a6%9a%e0%a6%b2%e0%a7%80-%e0%a6%b8%e0%a7%81%e0%a7%b0%e0%a6%be/
|
598
|
গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেবাইখনো গাঁও বানৰ কবলত পৰি হাহাকাৰ কৰি থাকিব লগা হৈছে৷ প্ৰশাসনে পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে দল-সংগঠন ওলাই আহিল বানপীড়িতক সহায় কৰাৰ বাবে৷ ১৫ আগষ্টত গোৰেশ্বৰ আঞ্চলিক আছু আৰু আক্ৰাছুৱে নাওকাটাৰ বগৰীবাৰী আৰু নাটকুছি গাঁৱত বান সাহায্য বিতৰণ কৰে।
|
নাওকাটাৰ বানপীড়িতৰ ওচৰত থিয় দিলে আছু-আক্ৰাছুৱে
|
https://www.newsnextone.com/aasu-aakrsu-distribute-flood-relief/#comments
|
599
|
নগাঁওঃ এটাৰ পিছত অপৰাধজনিত ঘটনা সংঘটিত হ'ব ধৰিছে নগাঁও জিলাত৷ যেন অপৰাধীৰ ৰম্যভূমিত হে পৰিণত হে নগাঁও জিলা৷ নগাঁৱৰ ধৰ্ষণ আৰু হত্যা কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে পুনৰ জিলা খনত সংঘটিত হৈছে আন এক নৃশংস হত্যাকাণ্ড।
|
নগাঁৱত বাটামেৰে কোবাই হত্যা অৱসৰপ্ৰাপ্ত আৰক্ষী কনিষ্টবলক
|
https://www.newsnextone.com/nagaon-murder-again
|
600
|
চৰাইদেউঃ স্বাধীনতা দিৱসলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত সেনা আৰক্ষীয়ে শনিবাৰে উগ্ৰপন্থী বিৰোধী অভিযান চলায়।
|
অসম-নাগালেণ্ড সীমান্তৰ নামতোলাত সেনা আৰক্ষীৰ অভিযান, জালত পৰিল NSCN কেডাৰ
|
https://www.newsnextone.com/one-nscn-arrested-charaideo/#comments
|
Subsets and Splits
No community queries yet
The top public SQL queries from the community will appear here once available.